Thursday 21 March 2013

আশা (আধামিনিটৰ গল্প)



আগতে আজিৰ দৰে খোৱা তেল, নাৰিকল তেল আদি বটল অথবা পেকেটত পোৱা নগৈছিল। বজাৰলৈ বটল লৈ যাব লাগে। সেই সময়ৰে কথা। মানুহজনে  ভাৰখনত লৈ যোৱা কল-বন বেছি  সপ্তাহটোৰ তেল-নিমখ কিনি  এক ঘন্টাৰ বাট দেওবৰীয়া বজাৰ খনৰ পৰা আহি আছিল। হঠাতে কেনেবাকৈ খোৱাতেলৰ চিচাটো ৰাষ্টাৰ শিলত পৰি ভাগি থাকিল। মানুহজনে আপোনমনে কৈ উঠিল “বটলটো ভাগিল ভাগিল, তেলখিনি ৰোৱা হ’লে।“

No comments:

Post a Comment