Monday 4 November 2013

কলিতাৰ গৰ্লফ্ৰেণ্ড


কলিতা: তোৰ গাৰ্ল ফ্ৰেণ্ডৰ খবৰ কি?
দত্ত: ব্ৰেক আপ দি দিলো।
: কিয়?
: তাইক মই মোবাইল ৰিচাৰ্জ কৰি দিওঁ।
: দিয়।
: মোৰ ফোনৰ পৰা তাইলৈ ঘন্টা ধৰি কথা পাতো।
: পাত।
: ৰেষ্টোৰাত খুৱাওঁ।
: ওঁ।
: বাইকৰ তেই পোৰো।
: পোৰ।
: মাজে মাজে উপহাৰ দিওঁ।
: দিয়, পিছে কথাটো কি 'লনো?
: এই সকলোবোৰ দিয়াৰ বিনিময়ত তাই মোক কি দিয়ে জাননে?
: মৰম আকৌ!
: নহয়।
: কিনো তেন্তে?
: মিচ্ কল।অনলি মিচ্ কল। পৰহি ২৫ টা দিছিল। কালি ৩০ টা। আজি ব্ৰেক আপ!
: ময়ো ব্ৰেক আপ দি দিম !

No comments:

Post a Comment