Monday, 4 November 2013

শে‌ৱালি



শেৱালি '

ৰাতিটো আমোলমোলাবি
তোক লৈ কবিতা লিখিম!

ৰাতিপুৱা সৰিবি
ভাজি খাই '!!

No comments:

Post a Comment