Tuesday 2 July 2013

স্নেপশ্বত

হৰিষ নে বিষাদত জানো
এই কান্দো এই কান্দো আকাশ
চতিয়না ফুলৰ দৰে নষ্টালজিক
গোন্ধ এটাত ভেজাদি
দ্ৰুতবেগে ঘৰমুৱা প্ৰেমিক চৰাই
ভাগৰুৱা দিন এটাই
কল্যাণ খৰমান জুৰিছে!

No comments:

Post a Comment