Monday 4 November 2013

বাছত এদিন



:ভাইটী তোমাৰ নাম কি?
:চিমান্ত চইকীয়া।
:ঘৰ?
:চিপচাগৰ।
:কি পঢ়ি আছা? :ডিগ্ৰী চেকেণ্ড চেম। :বিষয়? :এচমিজ মেজৰ।
: কৃষ্ণ! অসমীয়া ভাষাৰ পৰা যে দন্ত্য টো উঠি ' আৰু প্ৰথম চই তাই ঠাই 'লে আজিহে গম পালো। আৰু শিৱসাগৰত যে জাহাজ চলিছিল তাকো গম পাই 'লো দেই। ধন্যবাদ ভাইটী!

1 comment: