Friday 28 June 2013

হাইকু

(১)


ঝিলিৰ মাতত
শব্দহীন ৰাতি এটা -
সাপৰ দৰেই পাৰ হৈ '
(২)

ভেটাটোৰ পাৰত
তটো বহে
এখামোচ সৰিয়হৰ গোন্ধ
(৩)
 
এটা বান্দৰ
এগাল বান্দৰ-
মোৰ গাত মধুৰিৰ কলি
 

No comments:

Post a Comment