Friday, 28 June 2013

পেণ্ডুলাম (আধামিনিটৰ গল্প)


এইবোৰ ওপৰৱালাৰ কথা। কপালত যি লিখা আছে সেয়া বই। তথাপিও তাক যদি আৰু এঘন্টাৰ আগতেই হস্পিতাললৈ নিব পৰা লহেতেন, তেন্তে হয়তো সি বাছিলহেতেন।

No comments:

Post a Comment