Friday 28 June 2013

পেণ্ডুলাম (আধামিনিটৰ গল্প)


এইবোৰ ওপৰৱালাৰ কথা। কপালত যি লিখা আছে সেয়া বই। তথাপিও তাক যদি আৰু এঘন্টাৰ আগতেই হস্পিতাললৈ নিব পৰা লহেতেন, তেন্তে হয়তো সি বাছিলহেতেন।

No comments:

Post a Comment