Friday 28 June 2013

অব্যক্ত (আধামিনিটৰ গল্প)



তাই বিয়াৰ প্রস্তাৱ আহিলে না কৰিছিল। বয়সো পয়ত্রিশৰ ঘৰ পাৰ ল। যোৱাবেলি হঠাতে তাইৰ ডাঙৰ বায়েকৰ মৃত্যু ল। তাইতকৈ দুই দশক ডাঙৰ ভিনিহিয়েকে তাইক বিয়াৰ প্রস্তাৱ দিলে। তেনেতে তাইলৈ আন এটা প্রস্তাৱ আহিল। তাই বিয়া হৈ গুছি ল।

No comments:

Post a Comment