Friday 28 June 2013

সুখ-দুখ



এবোজা সমস্যা আছে
(
কিছু কিছু সকলোৰে থাকে)

এসাগৰ দুখ আছে
(
অলপ অচৰপ কাৰনো নাথাকে)

সমস্যাবোৰক প্ৰত্যাহ্বান জনাও
সিহঁতে যুজিবলৈ শিকাইছে

দুখবোৰ তেনেই আপোন
একো একোটা সুখৰ আকৰ

No comments:

Post a Comment