Friday 28 June 2013

স্থানাংক(আধামিনিটৰ গল্প)



স্থানাংক জ্যামিতিৰ জটিল সমস্যা এটা সমাধান ল। সি আনন্দ মনেৰে খিড়িকিখনেৰে বাহিৰলৈ চালে। দেখিলে, ৰাষ্টাটোৰ সিপাৰে থকা এখন খিড়িকিৰ পৰা দুটা আকলুৱা চকুৱে তালৈকে চাই আছে। সিও চাবলৈ ধৰিলে। এক বুজাব নোৱাৰা অনুভৱ ল। কিমান সময় পাৰ হৈ ঠিক নাই। হঠাতে তাৰ ফালৰ খিড়িকিখন বতাহতে নে কাৰোবাৰ হাতৰ ঠেলাত জোৰকৈ জাপ খাই ল। তাৰ ষোল্ল বছৰীয়া জীৱনত এক নতুন স্থানাংকৰ সৃষ্টি ল।

No comments:

Post a Comment