Saturday 29 June 2013

তিনিটা স্তৱক



()
তুমি নিদাঘ-কালৰ
বটবৃক্ষৰ ছাঁ
নিৰবতাবোৰো বাঙ্ময় হৈ উঠে !
(
)
নদীৰ সিপাৰে তুমি
আকাশত এজাক শৰালি !
(
)
প্ৰেম
কি যে মধুৰ বিষাদ
আনৰ হৈ যোৱাৰ

No comments:

Post a Comment