Friday 28 June 2013

অফিচ


তই মোৰ কাঠচিতীয়া প্ৰেমিকা
তোৰ হেজাৰ আব্দাৰ পূৰণ কৰোঁ
বিনিময় তোৰ ৰুটিন মাফিক লেৰেলা সাদৰ
কাচিৎ সৰি পৰা এটা কৃপন চুমা

No comments:

Post a Comment